কলগাছিয়াত ‘এআইইউডিএফ’ৰ সাংসদ বদৰুদ্দিন আজমলে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে।


 🛑 কলগাছিয়াত ‘এআইইউডিএফ’ৰ সাংসদ বদৰুদ্দিন আজমলে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে। আজমলে হিমন্তক মানসিক ভাৰসাম্য হেৰুওৱা বুলি মন্তব্য কৰি কয়, ‘হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদৰ লালসা তথা কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ কথা শুনি মানসিক ভাৰসাম্য সম্পূৰ্ণৰূপে হেৰুৱাইছে।


🛑 তেজপুৰৰ চিকিৎসালয়ত তেওঁৰ বেমাৰ ভাল নহ’ব, ’২১ৰ নিৰ্বাচনৰ পাছত তেওঁক দেশৰ সৰ্ববৃহৎ পগলা ফাটেক আগ্ৰাত চিকিৎসা কৰিব লাগিব।’ তেওঁ লগতে শৰ্মাৰ চিকিৎসা কৰিবলৈ প্ৰয়োজনীয় সকলো ব্যয় বহন কৰিব বুলি আজমলে হিমন্তক কটাক্ষ কৰে।

Comments

Popular Posts from Public Media Digital

কাইলৈ ভাৰত বন্ধ। || PUBLIC MEDIA ||

অনিৰ্দিষ্টকাললৈ পিছুৱালে HSLC, HS আৰু হাই মাদ্ৰাছাৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা।

Marathon is being held at Numaligarh organized by NRL.

Argentina football legend Diego Maradona has died at the age of 60.

অসমত লকডাউন নহয়।