Today's News Flash by Public Media.


 Today's News Flash by Public Media.

#Public_Media #Public_Media_Digital

#publicmedia #BreakingNewsbyPublicMedia

#BreakingNews #PublicMediaNewsFlash

Date: 06/10/2020, Tuesday

খেৰাজখাত মৌজাৰ অন্তৰ্গত তৰাজুলিৰ নিবাসী শ্ৰী ৰাম পাঠকৰ  9  মাহৰ নৱজাত এটি শিশু জন্মগত ভাবেই শৌচ-প্ৰচাবৰ দূৱাৰ বন্ধ হৈ জন্ম লয়। বৰ্তমান শিশুটিক পেটেৰ পাইপৰ দ্বাৰা বায়পাছ কৰি থোৱা হৈছে। বায়পাছ কৰি থোৱা ঠাই ফালেৰ নিগৰি নিগৰি তেজ বৈ থাকে । পৰিয়ালটি অতি দ্ৰৰিদ্ৰ । পইচা দিব নোৱাৰা বাবে শিশুটো হস্পিটেলত নিথৰ ভাবে পৰি আছে । কোনো উন্নত মানৰ চিকিৎসা কৰিব পৰা নাই। বৰ্তমান শিশুটিক সুস্থ হৈ উঠিবৰ বাবে অস্ত্ৰোপ্ৰচাৰৰ অতি প্ৰয়োজন। যদি কোনো সদাশয় ব্যক্তিয়ে আৰ্থিক ভাবে সহায় কৰে তেতিয়া পুনৰ সুস্থ হৈ উঠিব।


//ASSAM GRAMIN VIKASH BANK//

NAME:GITALI B0RUAH PATHAKA

Ac no:7014010048462

BRANCH NAME:BHUGPUR CHARIALI(7014)

IFSC:UTBI0RRBAGB

Cnct no: 9859208260

Comments

Popular Posts from Public Media Digital

কাইলৈ ভাৰত বন্ধ। || PUBLIC MEDIA ||

অনিৰ্দিষ্টকাললৈ পিছুৱালে HSLC, HS আৰু হাই মাদ্ৰাছাৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা।

Marathon is being held at Numaligarh organized by NRL.

Argentina football legend Diego Maradona has died at the age of 60.

অসমত লকডাউন নহয়।