Posts

Showing posts from December, 2020

Happy New Year 2021

Image
 

Public Breaking

Image
 #PublicBreaking:: দেশবাসীৰ লগতে অসমবাসী ৰাইজৰ বাবে এক  অতি দুখবৰ। জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ  আক্ৰমণত শ্বহীদ বীৰ অসম সন্তান মৃত্যুঞ্জয় চুতীয়া। ধেমাজীৰ ২৭ বছৰীয়া CRPF জোৱান গৰাকীৰ ঘৰ  চিচিবৰগাৱত।

অসম লোকসেৱা আয়োগৰ ২০১৮ বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ ফলাফল৷ || Public Media ||

Image
 

আছুৰ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি,বৰ্তমানৰ উপদেষ্টা দাদুল বৰাৰ আছুৰ পৰা অৱসৰ ৷ || Public Media ||

Image
 #PublicBreaking ♦️ আছুৰ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি,বৰ্তমানৰ উপদেষ্টা দাদুল বৰাৰ আছুৰ পৰা অৱসৰ ৷  ♦️ মংগলবাৰে গোলাঘাট জিলা আছুৱে আনুস্থানিক ভাৱে বিদায় জনালে দাদুল বৰাক ৷ ♦️ বৰাই শীঘ্ৰে যোগ দিব অসম জাতীয় পৰিষদত ৷ #PublicMedia #AASU #AJP

অসমত ২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়ুক্তই।

Image
 

২০২১ চনৰ Public Media ৰ Digital কেলেণ্ডাৰ মুকলি। ( Digital calendar of Public Media 2021 has opened.)

Image
 

Assam Pradesh Congress Committee removes Golaghat MLA and former || Public Media ||

Image
  #PublicBreaking :: Assam Pradesh Congress Committee removes Golaghat MLA and former minister Ajanta Neog from Golaghat District Congress Committee president's post with immediate effect. The axe comes amid reports of the former three-term minister planning to join the BJP. #ajantaneog #Congress #PublicMedia #publicmediadigital

গোলাঘাট জিলাৰ সুৰা ট্ৰেজেডীৰ অন্য এক কৰুণ অধ্যায়। || Public Media ||

Image
 #PublicBreaking :: গোলাঘাট জিলাৰ সুৰা ট্ৰেজেডীৰ অন্য এক কৰুণ অধ্যায়। চিকিৎসা অবিহনেই মৃত্যু ঘটিল এগৰাকী কিশোৰী। ২০১৯ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দেশৰ ভিতৰতে সৰ্ববৃহৎ সুৰা ট্ৰেজেদী সংঘটিত হৈছিল গোলাঘাট আৰু যোৰহাট জিলাত। ইয়াৰে গোলাঘাটৰ শালমৰা চাহ বাগিচাত এই বিষাক্ত চুলাই মদে প্ৰাণ লৈছিল সৰ্বাধিক লোকৰ। তেনে এটি অভিশপ্ত পৰিয়াল আছিল গোলাঘাট গ্ৰান্টৰ অজিত গোৱালাৰ। বিষাক্ত চুলাই মদ সেৱন কৰাৰ ফলত প্ৰাণ গৈছিল পৰিয়ালটোৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃৰ। ইহ সংসাৰত থাকি গ'ল তিনিটা সন্তান। ইয়াৰে কন্যা চনিয়া গোৱালা আৰু ফচনু গোৱালাক বোকাখাতৰ এখন আশ্ৰমে তেতিয়াই পোহপালৰ দায়িত্ব লৈছিল। কিন্তু কিছু মাহৰ পূৰ্বে দুয়োটি সন্তানকে কাকো নজনোৱাকৈয়ে নিজ গাঁৱত এৰি থৈ গৈছিল আশ্ৰমৰ বিষয়ববীয়াই। তাৰপিছত দিশহাৰা হৈ পৰিছিল দুৰ্ভগীয়া সন্তান কেইটা। নিজৰ ঘৰৰ এটা ভেটি থকাৰ পিছতো থাকিবৰ বাবে‍ এখন ঘৰ নোহোৱা হ'ল সন্তান কেইটাৰ৷ যাৰবাবে‍ সন্তান কেইটাই দিনটো অনাই বনাই ঘূৰি ফুৰাৰ পিছত নিশা বিভিন্নজনৰ বাৰণ্ডাতে পাৰ কৰিবলগীয়া হ'ল এক দুৰ্বিসহ জীৱন। বর্তমান এই দুর্ভগীয়া পৰিয়ালটোৰ জীৱনলৈ নামি আহিছে অমানিশা৷ভন্টি চনিয়া গোৱ...

অসমৰ বাবে আন এক গৌৰৱ। || Public Media ||

Image
 ♦️অসমৰ বাবে আন এক গৌৰৱ। ♦️অন্ধপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে নিযুক্ত অসমৰ সুযোগ্য সন্তান অৰূপ কুমাৰ গোস্বামী। ♦️অসমৰ যোৰহাটত ১৯৬১ চনত জন্ম লাভ কৰা অৰূপ কুমাৰ গোস্বামী ইয়াৰপূৰ্বে তেওঁ ন্যায়াধীশ ৰূপে কৰ্মৰত আছিল ছিকিম উচ্চ ন্যায়ালয়ত।

মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে ভাৰতীয় মহাকাশ বিজ্ঞানী সকলে অৰ্জন কৰিব এক বৃহৎ সফলতা। || Public Media ||

Image
 ♦️ আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে ভাৰতীয় মহাকাশ বিজ্ঞানী সকলে অৰ্জন কৰিব এক বৃহৎ সফলতা। ♦️ দিনৰ ৩ বাজি ৪৫ মিনিটত ISRO এ মহাকাশলৈ প্ৰেৰণ কৰিব CMS-01 নামৰ এইটো উপগ্ৰহ। ♦️ শ্ৰীহৰি কোটাত ইতিমধ্যে মহাকাশলৈ উপগ্ৰহ কঢ়িওৱা PSLVC50 বাহনত সৰ্ম্পূণ কৰি তোলা হৈছে সকলো প্ৰস্তুতি। ♦️ সংযোগ মাধ্যমক আৰু অধিক সুচল,অত্যাধুনিক কৰাৰ উদ্দেশ্য মহাকাশ বিজ্ঞানী সকলে প্ৰস্তুত কৰা CMS-01 হৈছে ভাৰতৰ ৪২ সংখ্যক যোগাযোগৰ উপগ্ৰহ।

অভয়াৰণ্যখন এতিয়াৰে পৰা ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিলে। || PUBLIC MEDIA ||

Image
 

♦️ জনপ্ৰিয় কৰিঅ' গ্ৰাফাৰ তথা ছবি পৰিচালক ৰেম' ডিছ'জা হৃদৰোগত আক্ৰান্ত।

Image
 ♦️ জনপ্ৰিয় কৰিঅ' গ্ৰাফাৰ তথা ছবি পৰিচালক ৰেম' ডিছ'জা হৃদৰোগত আক্ৰান্ত। ♦️ মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি হৈ আছে ৰেম' ডিছ'জা।

মুকেশ আম্বানীৰ ঘৰলৈ আহিল নতুন আলহী। || PUBLIC MEDIA ||

Image
  মুকেশ আম্বানীৰ ঘৰলৈ আহিল নতুন আলহী, পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে আকাশ আম্বানীয়ে। #PublicBreaking #publicmediadigital #PublicMedia

‘কা' বিৰোধী স্থিতিত অটল জুবিন গাৰ্গ। || PUBLIC MEDIA ||

Image
  ♦️ ‘কা' বিৰোধী স্থিতিত অটল জুবিন গাৰ্গ। ♦️ 'কা' বলৱৎ হ’লে পুনৰ আন্দোলনত নামিব জুবিন গাৰ্গ। ♦️ ছ’চিয়েল মিডিয়াৰ জৰিয়তে আন্দোলন কৰিবলৈ আহ্বান জুবিন গাৰ্গৰ। ♦️ 'কা' বলৱৎ হ’লে ব্যাপক প্ৰভাৱ পৰিব ২১ৰ নিৰ্বাচনত। ♦️ আগন্তুক এপ্ৰিল মাহৰ পাছত ৰাজপথৰ আন্দোলনত নামিব জুবিন গাৰ্গ।

দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ ঘৰত বিজেপি সমৰ্থকৰ আক্ৰমণ। || PUBLIC MEDIA ||

দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ ঘৰত বিজেপি সমৰ্থকৰ আক্ৰমণ।  Subscribe This Channel 👇👇👇 https://youtu.be/4ImmbUd2vRI

পূৰ্বতকৈও তীব্ৰ হ'ব CAA বিৰোধী আন্দোলন। || PUBLIC MEDIA ||

Image
  পূৰ্বতকৈও তীব্ৰ হ'ব CAA বিৰোধী আন্দোলন। অসম  বিজেপিমুক্ত কৰাৰ হুংকাৰ, বিনাচৰ্তে মুকলি কৰি দিবই লাগিব অখিল গগৈক - লুৰিণজ্যোতি গগৈ। #ReleaseAkhilGogoi #publicmediadigital #PublicMedia #LurinJyotiGogoi

১২ ডিচেম্বৰত ‘কা’ ৰ বিৰুদ্ধে আছুৰ গণ হুংকাৰ৷ || PUBLIC MEDIA ||

Image
  ১২ ডিচেম্বৰত ‘কা’ ৰ বিৰুদ্ধে আছুৰ গণ হুংকাৰ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আৰু এই আন্দোলনৰ সময়ত প্ৰাণ আহুতি দিয়া শ্বহিদ সকলৰ ন্যায়ৰ দাবীত আছুৰ লগতে আন ৩০ টা সংগঠনে গণ হুংকাৰ কাৰ্যসূচীৰ আহ্বান জনাইছে। উল্লেখ্য যে ২০১৯ চনৰ ১১ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনে সংসদত অনুমোদন লাভ কৰাৰ পাছৰে পৰা সমগ্ৰ ৰাজ্যবাসীয়ে আইনখনৰ বিৰোধীতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ এতিয়া পুনৰবাৰ আছুৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব৷ #CAA #AASU_Cum_30_Organisation #publicmediadigital #PublicMedia #CAA_2019

AASU along with 30 other organisations will observe 'Gana Hoonkar' programme on December 12 throughout the state against the CAA. || PUBLIC MEDIA ||

Image
  ♦️ The All Assam Students Union (AASU) along with 30 other organizations will observe ‘Gana Hoonkar’ programme on December 12 throughout the state against the Citizenship Amendment Act (CAA) and demanding justice for the five martyrs during the anti-CAA movement held last year. ♦️ AASU has regularly protested seeking justice for the martyrs’ who lost their lives during the anti-CAA movement. To continue protest against scrapping of CAA, the AASU on December 12 will observe ‘Gana Hoonkar’ programme. #publicmediadigital #PublicMedia #CAA #AASU

দিল্লীৰ এক পথ দুৰ্ঘটনাত অসমৰ CISFৰ জোৱান জয়ন্ত দলেৰ মৃত্যু ৷ || PUBLIC MEDIA ||

Image
 দিল্লীৰ এক পথ দুৰ্ঘটনাত অসমৰ CISFৰ জোৱান জয়ন্ত দলেৰ মৃত্যু ৷ বোকাখাতৰ ১ নং বালিজান আদৰ্শ মিচিং গাঁৱৰ নিৱাসী জোৱানজন।  #PublicMedia #publicmediadigital #CISF

MDH Masaala Owner Dharampal Gulati has died at the age of 98 || Public Media

Image
 আইকনিক মছলা ব্ৰেণ্ড MDH (মহাশিয়ন দি হাটী) ৰ স্বত্বাধিকাৰী মহাশয়ৰ ধৰ্মপাল গুলাটিৰ বৃহস্পতিবাৰে তেওঁৰ বিয়োগ হয়। মছলাৰ ৰজা ধৰ্মপাল গুলাটি (৯৮) দিল্লীৰ মাতা চানন দেৱী হস্পিটেলত ভৰ্তি কৰা হৈছিল য'ত তেওঁ যোৱা কেইসপ্তাহমানৰ পৰা চিকিৎসা কৰি আছিল বুলি জানিব পৰা গৈছে। তেওঁৰ বৃহস্পতিবাৰে ৰাতিপুৱাই বিয়োগ হয়। #PublicMedia #publicmediadigital #MDH #dhrampalgulati #dies #at #the #age_of_98 Subscribe our YouTubeoutube channel: youtube/Public Media Follow Us On Facebook: facebook/Public Media

BJP MP Sunny Deol tests positive for COVID_19

Image
 BJP MP Sunny Deol tests positive for COVID_19, confirms Dr. Ranjeet Thakur, Block Medical Officer, Manali, Himachal Pradesh. Subscribe our YouTube channel: https://www.youtube.com/channel/UCq21dOTl8IRTu0W619Y5p5A