মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে ভাৰতীয় মহাকাশ বিজ্ঞানী সকলে অৰ্জন কৰিব এক বৃহৎ সফলতা। || Public Media ||
♦️ আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে ভাৰতীয় মহাকাশ বিজ্ঞানী সকলে অৰ্জন কৰিব এক বৃহৎ সফলতা।
♦️ দিনৰ ৩ বাজি ৪৫ মিনিটত ISRO এ মহাকাশলৈ প্ৰেৰণ কৰিব CMS-01 নামৰ এইটো উপগ্ৰহ।
♦️ শ্ৰীহৰি কোটাত ইতিমধ্যে মহাকাশলৈ উপগ্ৰহ কঢ়িওৱা PSLVC50 বাহনত সৰ্ম্পূণ কৰি তোলা হৈছে সকলো প্ৰস্তুতি।
♦️ সংযোগ মাধ্যমক আৰু অধিক সুচল,অত্যাধুনিক কৰাৰ উদ্দেশ্য মহাকাশ বিজ্ঞানী সকলে প্ৰস্তুত কৰা CMS-01 হৈছে ভাৰতৰ ৪২ সংখ্যক যোগাযোগৰ উপগ্ৰহ।
Comments
Post a Comment