ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ আগমুহূৰ্ত্ততে শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭বজাত ডিগবৈত সংঘটিত হয় এক বোমা বিস্ফোৰণ৷
ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ আগমুহূৰ্ত্ততে শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭বজাত ডিগবৈত সংঘটিত হয় এক বোমা বিস্ফোৰণ৷
ডিগবৈৰ ৩নং গাড়োৱাল ৰেজিমেণ্টৰ কেম্পত আলফাই আক্ৰমণ কৰাৰ কথা স্বীকাৰ কৰে৷ শুকুৰবাৰে সন্ধিয়া কেম্পটোত বিষ্ফোৰণৰ শব্দ শুনা পোৱা যায় যদিও সেনাবাহিনী আৰু আৰক্ষীয়ে এই বিষয়ে একো সদৰি কৰা নাই৷ আলফা স্বাধীনে এই আক্ৰমণৰ ঘটনা স্বীকাৰ কৰি কেপ্তেইন দ্বীপ অসমে এক স্বীকাৰোক্তি পত্ৰ প্ৰেৰণ কৰে Public Media লৈ৷
Comments
Post a Comment