Posts

Showing posts from February, 2021

ঘোষণা হ'ব লগা কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ তালিকাত কাৰ কাৰ নাম আছে? || PUBLIC MEDIA ||

Image
#PublicBreaking 💥 ঘোষণা হ'ব লগা কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ তালিকাত কাৰ কাৰ নাম আছে? PUBLIC MEDIA ৰ হাতত অন্তৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ তালিকা আহি পৰিছে। #publicdigital  

১৫ মে’ৰ ভিতৰত বন্ধ হ’ব পাৰে হোৱাটছএপ! || Public Media ||

Image
  হোৱাটছএপ বৰ্তমান সকলোৱে ব্যৱহাৰ কৰে। কিন্তু হোৱাটছএপ ব্যৱহাৰকাৰী সকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। যদি হোৱাটছএপৰ নতুন প্ৰাইভেচি আপডেট গ্ৰহণ নকৰে তেতিয়া অহা ১৫ মে’ৰ পৰা এই এপটো ব্যৱহাৰ কৰিব নোৱাৰিব। যাৰ বাবে বিতৰ্কত আছিল হোৱাটছএপৰ উক্ত বিষয়টো যদিও নিজৰ স্থিতিত অটল আছে হোৱাটছএপ । জানুৱাৰী মাহতে হোৱাটছএপে জনাইছিল যে ৮ ফেব্ৰুৱাৰীৰ পূৰ্বে ব্যৱহাৰকাৰীসকলে নতুন প্ৰাইভেচি পলিচি গ্ৰহণ নকৰিলে তেওঁলোকৰ হোৱাটছএপ বিকল হৈ যাব। শেহতীয়াকৈ প্ৰকাশ পোৱা মতে অহা ১৫ মে’ৰ পূৰ্বে ব্যৱহাৰকাৰীসকলক হোৱাটছএপে নতুন টাৰ্মছ অব ছাৰ্ভিচ ব্যৱহাৰ কৰাৰ বাবে লাহে লাহে সুধিব যাতে ব্যৱহাৰকাৰীসকলে হোৱাটছএপৰ সকলো সুবিধা পাই থাকে। যিসকল ব্যৱহাৰকাৰীয়ে নতুন পলিচি গ্ৰহণ নকৰে তেওঁলোকে কিছুদিনৰ বাবে কল আৰু নটিফিকেচন পাই থাকিব কিন্তু মেছেজ পঢ়িব বা মেছেজ প্ৰেৰণ কৰিব নোৱাৰিব। উল্লেখ্য যে হোৱাটছএপৰ শেহতীয়া প্ৰাইভেচি পলিচিৰ দ্বাৰা ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য আহৰণ কৰি সেয়া ফেচবুকৰ সৈতে শ্বেয়াৰ কৰিব পাৰে বুলি অভিযোগ উঠিছিল। এই অভিযোগৰ প্ৰত্যুত্তৰত হোৱাটছএপে প্ৰকাশ কৰিছিল যে এয়া মিছা খবৰ। এই বিষয়ত সজাগতা সৃষ্টিৰ বাবে হোৱাটছএপে নিজাকৈ ...

কাইলৈ ভাৰত বন্ধ। || PUBLIC MEDIA ||

Image
  #PublicBreaking : 💥 কাইলৈ ভাৰত বন্ধ। 💥 ‘দ্য কনফেডেৰেচন অব অল ইণ্ডিয়া ট্ৰডাৰ্ছ’- এ শুক্ৰবাৰে ভাৰত বন্ধৰ আহ্বান জনাইছে। 💥 ইন্ধনৰ মূল্যবৃদ্ধি, জিএছটি, ই-বিল আদিৰ বিৰুদ্ধে এই বন্ধৰ আহ্বান জনোৱা হৈছে। 💥 ‘অল ইণ্ডিয়া ট্ৰেন্সপোৰ্ট ৱেলফেয়াৰ এছ’চিয়েচনে’ ও এই বন্ধৰ প্ৰতি সমৰ্থন দিছে। 💥 দেশৰ ৪০ হাজাৰ ব্যৱসায়িক সংস্থাই এই বন্ধত ভাগ ল’ব আৰু দেশৰ সকলো ব্যৱসায়িক কাম-কাজ বন্ধ থাকিব। 💥 পুৱা ৬ বজাৰ পৰা নিশা ৮ বজালৈ ব্যৱসায়িক যান-বাহনৰ চলাচল বন্ধ ৰখাৰো আহ্বান জনোৱা হৈছে। 💥 দেশৰ ১৫০০ টা স্থানত ৰূপায়ণ হ’ব ধৰ্ণা কাৰ্যসূচী। #bharatbandh #protest   #pricehike #PublicDigital

Public Media Breaking

Image
 #PublicBreaking: West Bengal CM Mamata Banerjee writes to PM Narendra Modi, seeking his help in procurement of COVID-19 vaccines by the state govt to vaccinate everyone free of cost. "West Bengal Govt has decided to procure adequate number of vaccines for members of public at large," she writes.
Image
  #PublicBreaking : ♦️ আজি ধেমাজিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ♦️চিলাপথাৰৰ পিয়াং চাপৰিত নৰেন্দ্ৰ মোদীৰ জনসভা মুকলি কৰিব কেইবাটাও বৃহৎ উন্নয়নমূলক প্ৰকল্প। ♦️ ধেমাজি-শুৱালকুছি অভিযান্তিক মহাবিদ্যালয় উদ্বোধন কৰিব বঙাইগাঁও শোধনাগাৰৰ IMDMAX ইউনিট, ডিব্ৰুগড়ত চেকেণ্ডাৰী টেংকফাৰ্ম উদ্বোধন কৰিব মোদীয়ে। লগতে ‌মাকুমত স্থাপিত গেছ কম্প্ৰেছাৰ ষ্টেচনৰো শুভ উদ্বোধন কৰিব। ♦️ অনুষ্ঠানত উপস্থিত থাকিব  ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা। লগতে‌ উপস্থিত থাকিব বিজেপিৰ সাংসদ-বিধায়ক-মন্ত্ৰীসকল। ♦️ মোদীৰ সভাৰ বাবে বিশাল আয়োজন‌ সভাস্থলীলৈ কেইবাটাও পকীপথ নিৰ্মাণ কৰা হৈছে।‌ মূল ৰভাত লক্ষাধিক লোক বহিব পৰাৰ সুবিধা। #NarendraModi #SarbanandaSonowal #HimantaBiswaSarma #Election2021 #PublicMedia #PublicMediaDigital

#PublicBreaking #PareshBaruahBreaking

Image
 #PublicBreaking * কুইপ' ৰ ২ বিষয়াৰ ক্ষেত্ৰত চৰম সিদ্ধান্ত স্থগিত ৰখা হৈছে৷ চৰম সীমাৰ অৰ্থ আৰু পৰেশ বৰুৱাৰ ভাষ্য সংবাদ মাধ্যমত ভুল ব্যাখ্যা হৈছে৷ * "অসমৰ ৰাইজৰ পৰামৰ্শ, বুদ্ধিজীৱি, সংবাদ মাধ্যম, অনুপ চেতিয়াৰ সংগঠন আদিয়ে যি আহ্বান জনায়, তাৰ প্ৰতি সন্মান জনাই চৰম সিদ্ধান্ত স্থগিত-" আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মন্তব্য #Quippo #ULFA #Pareshbaruah #publicmediadigital

Tribute to Martyrs of the Pulwama Attack

Image
 

অসমলৈ আহিছে মাণ্ডাৰিণ ডাক || Public Media ||

Image
 

Public Breaking|| PUBLIC MEDIA ||

Image
বিত্তীয় লেন দেন আৰু তথ্য আদান প্রদানৰ আংশিক অসহযােগত কাণষাৰ নির্দিয়াত অসম ৰাজ্যিক প্রাথমিক শিক্ষক সম্মিলনীৰ কর্ণধাৰ সভাই পূর্ণ অসহযােগৰ কার্যসূচী গ্রহণ কৰিছে। কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত সন্মিলনীৰ প্রধান সম্পাদক বাতুল চন্দ্র গােস্বামীয়ে জনাইছে যে, ৰাজ্যিক শিক্ষক ভৱনত জীৱন চন্দ্র বৰাৰ সভাপতিত্বত অনুষ্ঠিত কর্ণধাৰ সভাই আংশিক অসহযােগৰ কার্যসূচী পূর্ণ অসহযােগলৈ ৰূপান্তৰ কৰিছে। দহ ফেব্ৰুৱাৰী পর্যন্ত আংশিক অসহযােগ অর্থাৎ বিত্তীয় লেনদেন আৰু তথ্য আদান প্রদানৰ পৰা বিৰত থাকি শৈক্ষিক সূচী চলাই নিব আৰু যদিহে দহ ফেব্ৰুৱাৰীৰ ভিতৰত প্রধান শিক্ষকৰ পদ সৃষ্টি আৰু কর্তন কৰা ৮৭০০ টকাৰ গ্রেড পে’ ঘূৰাই দিয়াৰ আদেশ প্রকাশ নহয় তেন্তে বিধান সভাৰ বাজেট অধিৱেশনৰ তিনিওদিন অর্থাৎ ১১,১২ আৰু ১৩ ফেব্ৰুৱাৰীত পূর্ণ অসহযােগ পালন কৰিব। তাৰ পিচতাে দাবী পূৰণ নহলে ২০ ফেব্রুরাৰীৰ দিনা সকলাে জিলা শিক্ষা বিষয়াৰ কার্যালয় ঘেৰাও কৰি অবস্থান ধর্মঘট পালন কৰিব।

Kaziranga Breaking|| Public Media ||

Image
 কাজিৰঙাৰ গেলেকীৰ গোঁসানীবৰ গাঁৱত গঁড়ৰ আক্ৰমণত নিহত  এজন লোক। নিহত বলোৰাম ওৰাং নামৰ লোকজনে নিশা চাপৰিৰ টঙিত ধান ৰাখি পুৱা প্ৰায় ৬ বজাত ঘৰলৈ উভটি অহাৰ সময়ত সংঘটিত হয় এই ঘটনা। স্থানীয় লোকৰ অভিযোগ মতে ঘটনাটো সংঘটিত হোৱাৰ পাছত কাষৰ পথেদি বন বিভাগৰ লোক গাড়ীৰে পাৰহৈ যোৱাৰ অৱস্থাত ৰাইজে ৰ’বলৈ কোৱাৰ পাছতো গুৰুত্ব প্ৰদান নকৰি আঁতৰিহে যায়। অভিযোগ মতে গাড়ীখনত বনকৰ্মীয়ে মাছ কঢ়িয়াই নিছিল।

দেৱভূমি উত্তৰাখণ্ডৰ ছামলী জিলাত ভয়ংকৰ অঘটন।

 https://youtu.be/3OYA5SPkjKg

Assam Breaking || Public Media ||

Image
 The launch of these new projects in the presence of Hon'ble PM Shri Narendra Modi brings immense possibilities and opportunities for the region in the field of healthcare and road transport.

Public Education News || Public Media ||

Image
 

CBSE দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ দিন ঘোষণা ৪ মে'ৰ পৰা ৭ জুনলৈ অনুষ্ঠিত হ'ব দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা

Image