Posts

Showing posts from April, 2021

জ্যেষ্ঠ সাংবাদিক কল্যাণ বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

Image
 জ্যেষ্ঠ সাংবাদিক কল্যাণ বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

দিল্লীস্থিত অসমীয়া সাংবাদিক কল্যাণ বৰুৱাৰ মৃত্যু।

Image
 #PublicBreaking 🛑 দিল্লীস্থিত অসমীয়া সাংবাদিক কল্যাণ বৰুৱাৰ মৃত্যু। 🛑 কোভিডত আক্ৰান্ত হৈ মৃত্যু কল্যাণ বৰুৱাৰ। 🛑 শুকুৰবাৰে মৃত্যু হৈছিল কল্যাণ বৰুৱাৰ পত্নীৰ। 🛑 কল্যাণ বৰুৱাৰ পত্নী নীলাক্ষী ভট্টাচাৰ্যৰ মৃত্যু হৈছিল কোভিডত। 🛑 আছাম ট্ৰিবিউন কাকতৰ দিল্লীৰ সাংবাদিক কল্যাণ বৰুৱা। 🛑 পত্নী নীলাক্ষী ভট্টাচাৰ্যও আছিল এগৰাকী সাংবাদিক। 🛑 সাংবাদিক পতি-পত্নীৰ মৃত্যুৰ খবৰে জোঁকাৰিছে ৰাজ্য। #AssameseJournalist #KalyanBaruah #Died #covid19 #PublicMedia

ৰাজ্যত বৃদ্ধি কৰা হৈছে নৈশ সান্ধ্য আইনৰ সময়সীমা।

Image
 ৰাজ্যত বৃদ্ধি কৰা হৈছে নৈশ সান্ধ্য আইনৰ সময়সীমা। ৭ মে' পৰ্যন্ত বৃদ্ধি কৰা হৈছে সান্ধ্য আইন। ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা। পূৰ্বতে ১ মে'লৈকে প্রযোজ্য আছিল এই সান্ধ্য আইন।

ৰাষ্ট্ৰীয় সংবাদ-মাধ্যম আজটকৰ(AAJ TAK)ৰ সাংবাদিক ৰোহিত সাৰদানাৰ মৃত্যু।

Image
 ৰাষ্ট্ৰীয় সংবাদ-মাধ্যম আজটকৰ(AAJ TAK)ৰ সাংবাদিক ৰোহিত সাৰদানাৰ মৃত্যু। ৰাষ্ট্ৰীয় সংবাদ-মাধ্যম আজটকৰ (AAJ TAK) ৰ এংকৰ সাংবাদিক ৰোহিত সাৰদানাৰে শুকুৰবাৰে মৃত্যুবৰণ কৰে। তথ্য অনুসৰি ৰোহিতে কৰোনাত আক্ৰান্ত হৈছিল আৰু তেওঁ সম্পূৰ্ণৰূপে আৰোগ্য হৈছিল নে নাই সেয়া স্পষ্ট হোৱা নাই। তেওঁ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে বুলি কিছু মাধ্যমত প্ৰকাশ পাইছে। সাংবাদিকজন কেইবা বছৰ ধৰি জি নিউজ (ZEE NEWS) ত কৰ্মৰত  আছিল, ২০১৭ চনত আজটকত যোগদান কৰিছিল। তেওঁৰ আটাইতকৈ জনপ্ৰিয় অনুষ্ঠান 'দঙ্গল' ত তেওঁ বিতৰ্কত সোমাই পৰিছিল। দঙ্গলৰ প্ৰশ্নবাণৰ বাবে তেওঁ বিতৰ্কিত হৈছিল। তেওঁক ২০১৮ চনত ভাৰত চৰকাৰে গণেশ শংকৰ বিদ্যাৰ্থী বঁটা প্ৰদান কৰিছিল।

Golaghat COVID Update

Image
 

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত।

Image
 🛑 উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত। 🛑 ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি AHSEC ৰ এই সিদ্ধান্ত। 🛑 উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা স্থগিত ৰখাৰ আলোচনাও অব্যাহত আছে।
Image
 

আজি পুৱা 7 বাজি 52 মিনিট আৰু 8 বাজি 4 মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।

Image
 🛑 আজি পুৱা 7 বাজি 52 মিনিট আৰু 8 বাজি 4 মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। 🛑 ৰাজ্যত প্ৰথমটো ভূমিকম্পৰ তীব্ৰ জোকাৰণি পুৱা 7 বাজি 52 মিনিটত অনুভূত হয়। 🛑 দ্বিতীয়টো জোকাৰণি অনুভূত হয় 8 বাজি 4 মিনিটত। 🛑 6.2 ৰিক্টাৰ স্কেলত এই ভূমিকম্প আহিছিল। 🛑 প্ৰায় 30 ছেকেণ্ড সময় ধৰি এই জোকাৰণি অনুভূত হয়। 🛑 বৰ্তমানলৈকে ক্ষয়-ক্ষতিৰ পৰিণাম জানিব পৰা হোৱা নাই।

গোলাঘাট জিলাত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষনা। || PUBLIC MEDIA ||

Image
#PublicBreaking: ক'ভিডৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ বাবে ১২ মে' লৈকে গোলাঘাট জিলাত সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ বাবে জিলা উপায়ুক্তই নিৰ্দেশনা জাৰি কৰিছে।

অসমত ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নৈশ সান্ধ্য আইন ঘোষণা মুখ্য সচিবৰ।

Image
 💥 অসমত ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নৈশ সান্ধ্য আইন ঘোষণা মুখ্য সচিবৰ। 💥 সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈ জাৰি কৰা হৈছে এই সান্ধ্য আইন। 💥 কিছু বিশেষ সেৱাৰ লগত জড়িত ব্যক্তিক দিয়া হৈছে ৰেহাই। 💥 জৰুৰী কালীন সেৱাৰ সৈতে জড়িত লোকক, চিকিৎসাকৰ্মী, এয়াৰপোৰ্ট, ৰেলৱে ষ্টেছন, বাছৰ বাবে যোৱা যাত্ৰীৰ বাবে ৰেহাই। 💥 পৰিচয় পত্ৰ লৈহে ইলেক্ট্ৰনিক আৰু প্ৰিন্ট মিডিয়াৰ সাংবাদিকে এই সময়ত চলন ফুৰণ কৰিব পাৰিব। 💥 দোকানী, দুগ্ধ, ব্যৱসায়ী, বেংক, এটিএমত নিয়োজিত কৰ্মচাৰী, খাদ্য সামগ্ৰী যোগান ধৰা ব্যক্তিক অনুমতি প্ৰদান। 💥 কোনো ব্যক্তিয়ে সান্ধ্য আইন অমান্য কৰিলে আইনগত ভাবে বিহিব শাস্তি। 💥 ১ মে’ লৈকে জাৰি কৰা হৈছে এই সান্ধ্য আইন।

অসমত ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নৈশ সান্ধ্য আইন ঘোষণা মুখ্য সচিবৰ।

Image
 💥 অসমত ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নৈশ সান্ধ্য আইন ঘোষণা মুখ্য সচিবৰ। 💥 সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈ জাৰি কৰা হৈছে এই সান্ধ্য আইন। 💥 কিছু বিশেষ সেৱাৰ লগত জড়িত ব্যক্তিক দিয়া হৈছে ৰেহাই। 💥 জৰুৰী কালীন সেৱাৰ সৈতে জড়িত লোকক, চিকিৎসাকৰ্মী, এয়াৰপোৰ্ট, ৰেলৱে ষ্টেছন, বাছৰ বাবে যোৱা যাত্ৰীৰ বাবে ৰেহাই। 💥 পৰিচয় পত্ৰ লৈহে ইলেক্ট্ৰনিক আৰু প্ৰিন্ট মিডিয়াৰ সাংবাদিকে এই সময়ত চলন ফুৰণ কৰিব পাৰিব। 💥 দোকানী, দুগ্ধ, ব্যৱসায়ী, বেংক, এটিএমত নিয়োজিত কৰ্মচাৰী, খাদ্য সামগ্ৰী যোগান ধৰা ব্যক্তিক অনুমতি প্ৰদান। 💥 কোনো ব্যক্তিয়ে সান্ধ্য আইন অমান্য কৰিলে আইনগত ভাবে বিহিব শাস্তি। 💥 ১ মে’ লৈকে জাৰি কৰা হৈছে এই সান্ধ্য আইন।

Goggle has announced to give India a fund of rs.135cr to fight covid19.

Image
Goggle has announced to give India a fund of rs.135cr to fight covid19. Goggle has said that these fund give to GiveIndia and UNICEF. Will be for medical supplies in India and to help families affected by covid19.

অসমৰ প্ৰথম গৰাকী মহিলা IAS বিষয়া পাৰুল দাসৰ দেহাৱসান।

Image
 #PublicBigBreaking 💥 অসমৰ প্ৰথম গৰাকী মহিলা IAS বিষয়া পাৰুল দাসৰ দেহাৱসান। 💥 ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব হিচাপে অৱসৰ গ্ৰহণ কৰা পাৰুল দাস ক'ভিডত আক্ৰান্ত হৈ হাস্পতালত চিকিৎসাধীন হৈ আছিল। #PublicMedia

COVID ৰ নতুন SOP

Image
 

জীউক কাইলৈ IndiGo বিমানেৰ লৈ যোৱা হব বাংগালোৰলৈ।

Image
#PublicHelp: জীউক কাইলৈ IndiGo বিমানেৰ লৈ যোৱা হব বাংগালোৰলৈ। দেউতাকে দান কৰিব লিভাৰ, পত্নী-পুত্ৰৰ লগতে দেউতাকো লিভাৰ দান কৰি হৈ পৰিব অসুস্থ। এই সময়ত তেখেতক দৰকাৰ আপোনাৰ অলপমান সহাঁৰিৰ। যিগৰাকী মৃদুল কলিতাই আজি ১২ টা বছৰে বেলেগৰ বিপদৰ সময়ত সহায় কৰিছিল, দৰং জিলাত একলাখ গছপুলি ৰোপনৰ, ৰেনেচাঁ ক্লাৱৰ মুখ্য সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল, বিশ্ব অভিলেখৰ অনুষ্ঠানৰ মুখ্য সম্পাদক থকা মৃদুল আজি বিপদত। লকডাউনৰ সময়ত অসমৰ বহু ঠাইত বহু লোকৰ ওচৰত থিয় দিছিল প্ৰতিনিধি হিচাপে। আজি সেইগৰাকী ব্যক্তিকেই এখন ব্যক্তিগত চিকিৎসালয়ে অমানিশা নমাই আনিলে। যি কোনেও কল্পনাই কৰা নাছিল। জীউৰ লিভাৰ ট্ৰান্সপ্লাণ্ট্ৰ, হাৰ্ডত ফুটা, হেপাটাইটিছ চি পজিটিভ,পত্নীৰ হেপাটাইটিচ চি পজিটিভ। এতিয়া প্ৰয়োজন প্ৰায় ৪০ লাখ টকাৰ, চৰকাৰী ভাবেও জীউৰ চিকিৎসাৰ ক্ষেত্ৰত কিছু পৰিমানে সহায় আগবঢ়াইছে যদিও বাকী চিকিৎসাৰ বাবে সেয়া পৰ্যাপ্ত নহয়, আপোনালোকৰ অলপ সহায়ে তেওঁলোকৰ পৰিয়াললৈ হাঁহি বিয়পাব পাৰে ।       সেয়েহে আশা কৰো প্ৰতিগৰাকী সুহৃদ ব্যক্তিয়ে মৃদুলৰ এই বিপদৰ মূহুৰ্তত পৰিয়ালটিৰ ওচৰত থিয় দিয়ক।    তলত বেংক একাউণ্টৰ...

দিল্লীত সম্পূৰ্ণ লকডাউন ঘোষনা। || PUBLIC MEDIA ||

Image
 🛑 দিল্লীত সম্পূৰ্ণ লকডাউন ঘোষনা। 🛑 আজি নিশা ১০ বজাৰ পৰা দিল্লীত ৬ দিনৰ বাবে জাৰি কৰা হৈছে লকডাউন। 🛑 লকডাউন ঘোষণা কৰাৰ লগে লগেই সুৰাৰ বিপণীত ভিৰ কৰিছে গ্ৰাহকে। 🛑 দেশজুৰি প্ৰতিদিনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক’ভিডসৃষ্ট পৰিৱেশে। 🛑 ইতিমধ্যে ৰাজধানী চহৰ দিল্লীত সাপ্তাহিক লকডাউন ঘোষণা কৰিছিল যদিও বৰ্তমান পৰিস্থিতিয়ে জটিল ৰূপ লোৱাত এসপ্তাহ সম্পূৰ্ণভাৱে লকডাউনৰ কথা ঘোষণা কৰে। 🛑 ৰাজধানী চহৰখনত আজি নিশা ১০ বজাৰ পৰা অহা সোমবাৰৰ ৫ বজালৈ লকডাউন জাৰি কৰা হৈছে। 🛑 ইফালে লকডাউন ঘোষণা কৰাৰ লগে লগেই সুৰাৰ বিপণীসমূহত গ্ৰাহকৰ লানি-নিছিগা ভিৰ প্ৰত্যক্ষ কৰা হৈছে। 🛑 গ্ৰাহকৰ ভিৰত আৰক্ষী আহি বিপণীসমূহৰ সন্মুখত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।
Image
 

কোভিড আক্ৰান্ত ছনু সুদ

Image
 

সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলাে। || PUBLIC MEDIA ||

Image
 সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলাে। #PublicMedia #publicmediadigital #RongaliBihu #AssameseNewYear2021

|| PUBLIC MEDIA ||

Image
 🛑 বিগত বৰ্ষৰ লকডাউনত দেশৰ প্রব্রজিত শ্রমিকক সহায় কৰি মহানুভৱতাৰ পৰিচয় দিছিল বলীউডৰ জনপ্রিয় অভিনেতা ছনু ছুডে৷  🛑 পঞ্জাবৰ মুখ্যমন্ত্রী অমৰিন্দৰ সিঙে দেওবাৰে ৰাজ্যখনৰ ক’ভিড টিকাকৰণ অভিযানৰ ব্রেণ্ড এম্বেছাডৰ নিযুক্ত কৰাৰ কথা ঘোষণা কৰে৷ 🛑 এই ভূমিকাৰ বাবে ছনু ছুডতকৈ উপযুক্ত ব্যক্তি কোনো নাই বুলি মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷

বিহুৰ বাবে চৰকাৰে দিয়া SOP || PUBLIC MEDIA ||

Image
বিহুৰ বাবে চৰকাৰে দিয়া SOP