শুকুৰবাৰে পালন কৰা হ'ৱ পবিত্ৰ ঈদ-উল-ফিতৰ
#Breaking_News
শুকুৰবাৰে পালন কৰা হ'ৱ পবিত্ৰ ঈদ-উল-ফিতৰ।
কেন্দ্ৰীয় হিলাল কমিটি, অসমৰ এই ঘোষণা।
উত্তৰ পূৰ্বাঞ্চলৰ কোনো স্থানৰ পৰা জোন দেখাৰ খবৰ লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত অসমত কাইলৈ ঈদ নহয়।
পৰহি অৰ্থাৎ ১৪ মে' শুকুৰবাৰেহে অসমত ঈদ-উল-ফিতৰ উদযাপন কৰা হ'ব।
এই ঘোষণা কেন্দ্ৰীয় হিলাল কমিটি অসমৰ সভাপতি আলহাজ মৌলানা ফখৰুদ্দিন আহমদ কাছিমী আৰু সম্পাদক ইমদাদ হুছেইনৰ।
কেন্দ্ৰীয় হিলাল কমিটি অসমে ৰাইজলৈ ইদ-উল-ফিতৰৰ শুভেচ্ছা জনাইছে।
Comments
Post a Comment