ধৰ্ষণৰ নিচিনা এটা জঘন্য ঘটনা
কিমান আৰু চিঞৰিব "We Want Justice" "We Want Justice" আমি চিঞৰিলে আমাৰ মাত কোনেও নুশুনে। সকলোৱে একেলগে ওলাই আহি হাতে- কামে কৰিব লাগে। সৌ সিদিনাখন #চুমিলা_ৰংহাপি আজি #দ্বিপশিখা যোৱাকালি হয়তো #আপুনি_বা_আপোনাৰ_ছোৱালী। সমাজখন কোনফালে গতি কৰিছে ফুলকুমলীয়া শিশুৱে পখিলা খেদাৰ বয়সত ধৰ্ষণৰ নিচিনা এটা জঘন্য ঘটনাৰ বলি হৈছে। এবাৰ ভাবি চাব।
Comments
Post a Comment