Posts

Showing posts from October, 2020

Breaking News by Public Media.

Image
 

Wishing you a happy Durga Puja.

Image
 Wishing you a happy Durga Puja.

ধোনীৰ কন্যাক ভাবুকি দিয়াৰ বাবে এজনক গ্ৰপ্তাৰ।

Image
গুজৰাটৰ মুন্দ্ৰা অঞ্চলৰ পৰা দেওবাৰে আৰক্ষীয়ে কিশোৰজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়ে যে ধোনীৰ পত্নী সাক্ষী ধোনীৰ ইনষ্টাগ্ৰাম একাউন্টত প’ষ্ট কৰা এক জঘন্য ভাবুকিপূৰ্ণ বাৰ্তা সন্দৰ্ভত জেৰাৰ বাবে দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে দাবী কৰো মতে কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ খেলৰ পাছতে ইনষ্টাগ্ৰামত সেই বাৰ্তা প’ষ্ট কৰা বুলি কিশোৰজনে স্বীকাৰ কৰিছে। ৰাঁচীৰ আৰক্ষীয়ে প্ৰথমতে কচ্ছ (পশ্চিম) অঞ্চলৰ আৰক্ষীক গোটেই ঘটনা অৱগত কৰে আৰু সেই কিশোৰজনে ভাবুকি দিছিল নে নাই সেয়া নিশ্চিত হ’বলৈ আহ্বান জনায়। ইয়াৰ পাছতে কচ্ছ আৰক্ষীয়ে জেৰাৰ বাবে অভিযুক্ত কিশোৰজনক আটক কৰে। এই কিশোৰজনে ভাবুকি দিছিল বুলি আৰক্ষী নিশ্চিত হৈছে। এজাহাৰ দাখিল কৰা সূত্ৰে কিশোৰজনক ৰাঁচীলৈ প্ৰেৰণ কৰা হ’ব।

The Higher Secondary Final Examination - 2021 is proposed to be held from the week of February, 2021.

Image
 #Public_Media #Public_Media_Digital #publicmedia  Date: 09/10/2020, Friday

Ram Vilas Paswan has passed away in Delhi.

Image
 A minister in PM Modi's cabinet and the founder of the Lok Janshakti Party, Ram Vilas Paswan, has passed away in Delhi where he was recuperating from heart surgery. He was 74-years-old. The minister was undergoing treatment and had to undergo surgery due to and emergency.

Join Public Media Official Group.

 https://www.facebook.com/groups/344114173707618/?ref=share

কলগাছিয়াত ‘এআইইউডিএফ’ৰ সাংসদ বদৰুদ্দিন আজমলে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে।

Image
 🛑 কলগাছিয়াত ‘এআইইউডিএফ’ৰ সাংসদ বদৰুদ্দিন আজমলে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে। আজমলে হিমন্তক মানসিক ভাৰসাম্য হেৰুওৱা বুলি মন্তব্য কৰি কয়, ‘হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদৰ লালসা তথা কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ কথা শুনি মানসিক ভাৰসাম্য সম্পূৰ্ণৰূপে হেৰুৱাইছে। 🛑 তেজপুৰৰ চিকিৎসালয়ত তেওঁৰ বেমাৰ ভাল নহ’ব, ’২১ৰ নিৰ্বাচনৰ পাছত তেওঁক দেশৰ সৰ্ববৃহৎ পগলা ফাটেক আগ্ৰাত চিকিৎসা কৰিব লাগিব।’ তেওঁ লগতে শৰ্মাৰ চিকিৎসা কৰিবলৈ প্ৰয়োজনীয় সকলো ব্যয় বহন কৰিব বুলি আজমলে হিমন্তক কটাক্ষ কৰে।

Today's News Flash by Public Media.

Image
 Today's News Flash by Public Media. #Public_Media #Public_Media_Digital #publicmedia #BreakingNewsbyPublicMedia #BreakingNews #PublicMediaNewsFlash Date: 06/10/2020, Tuesday খেৰাজখাত মৌজাৰ অন্তৰ্গত তৰাজুলিৰ নিবাসী শ্ৰী ৰাম পাঠকৰ  9  মাহৰ নৱজাত এটি শিশু জন্মগত ভাবেই শৌচ-প্ৰচাবৰ দূৱাৰ বন্ধ হৈ জন্ম লয়। বৰ্তমান শিশুটিক পেটেৰ পাইপৰ দ্বাৰা বায়পাছ কৰি থোৱা হৈছে। বায়পাছ কৰি থোৱা ঠাই ফালেৰ নিগৰি নিগৰি তেজ বৈ থাকে । পৰিয়ালটি অতি দ্ৰৰিদ্ৰ । পইচা দিব নোৱাৰা বাবে শিশুটো হস্পিটেলত নিথৰ ভাবে পৰি আছে । কোনো উন্নত মানৰ চিকিৎসা কৰিব পৰা নাই। বৰ্তমান শিশুটিক সুস্থ হৈ উঠিবৰ বাবে অস্ত্ৰোপ্ৰচাৰৰ অতি প্ৰয়োজন। যদি কোনো সদাশয় ব্যক্তিয়ে আৰ্থিক ভাবে সহায় কৰে তেতিয়া পুনৰ সুস্থ হৈ উঠিব। //ASSAM GRAMIN VIKASH BANK// NAME:GITALI B0RUAH PATHAKA Ac no:7014010048462 BRANCH NAME:BHUGPUR CHARIALI(7014) IFSC:UTBI0RRBAGB Cnct no: 9859208260

Breaking News by Public Media.

 https://www.facebook.com/101242501730784/posts/123948502793517/?sfnsn=wiwspmo

Today's Headlines by Public Media on 04/10/2020, Sunday

 https://youtu.be/j4IVV_HwUCk
Image
 #PublicMediaBreakingNews ''ৰাইজৰ দল'' নামেৰে কৃষক মুক্তি সমিতিসহ ৭০ সংগঠনৰ উদ্যোগত ৰাজ্যত আজি আত্মপ্ৰকাশ হ'ল আন এটা আঞ্চলিক ৰাজনৈতিক দলৰ। #Public_Media #Public_Media_Digital #publicmedia #headlinesbyPublicMedia Date: 02/10/2020, Friday
Image
 Amazon today said that slightly more than 19,800 of its employees have tested positive for Covid-19 since the start of March. Data on the e-commerce giant's 1.37 million frontline workers, including those at its Whole Foods Market grocery stores in the United States, showed a lower infection rate than expected, Amazon said. It needs mention here that the release of the figure comes as some workers in logistics centers have criticized the company's safeguards to protect them from the pandemic as well as its reluctance to share information about colleagues who get infected.

হাথৰসৰ ঘটনাক লৈ সঞ্জয় ৰাউতৰ মন্তব্য: ন্যায় কেৱল অভিনেত্ৰীৰ বাবেহে বিচৰা হয় নেকি?

Image
শিৱসেনাই উত্তৰ প্ৰদেশৰ হাথৰসত ১৯ বছৰীয়া এগৰাকী যুৱতীয়ে দলবদ্ধ ধৰ্ষণৰ দৰে জঘন্য ঘটনাৰ সন্মুখীন হৈ মৃত্যুক সাৱটি লোৱাৰ পাছতেই  এই বিষয়ক লৈ দেশৰ দলিত নেতা আৰু ছচিয়েল মিডিয়াৰ কিছু সদস্য কিয় মনে মনে আছে, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।  শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে সাংবাদিকৰ সন্মুখত হাথৰসৰ ঘটনাক দুৰ্ভাগ্যজনক আৰু নিৰাশজনক আখ্যা দি আওপকীয়াকৈ অভিনেত্ৰীৰ কংগনা ৰানাৱটৰ নাম উত্থাপন নকৰাকৈ কয় –  “অভিনেত্ৰীৰ ঘৰৰ চাদ এখন ভাঙি দিওঁতে এটা শ্ৰেণীয়ে হুলস্থুলৰ সৃষ্টি কৰিছিল। ন্যায় কেৱল কোনো ডাঙৰ নেতা বা অভিনেত্ৰীৰ বাবেহে বিচৰা হয় নেকি? অভিনেত্ৰীৰ ঘৰ ভাঙি দিয়াৰ সময়ত হুলস্থুল কৰা দেশৰ মিডিয়া এতিয়া ক’ত আছে।”   শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে হাথৰসৰ পীড়িতাৰ কথা উল্লেখ কৰি কয় যে আজিৰ তাৰিখত পীড়িতাৰ কাৰণে ন্যায় বিচাৰি ছচিয়েল মিডিয়াত কোনো অভিযান আৰম্ভ কৰা তেওঁ দেখা নাই।  উল্লেখ্য যে ১৪ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰসত ১৯ বছৰীয়া এগৰাকী যুৱতীক চাৰি দুৰ্বৃত্তই দলবদ্ধ ধৰ্ষণ কৰাৰ ফলত ৩০ ছেপ্টেম্বৰত  যুৱতী  গৰাকীয়ে মৃত্যুক সাৱটি ...
 https://www.facebook.com/101242501730784/posts/122584566263244/?sfnsn=wiwspmo

Today's Headlines by Public Media.

 https://youtu.be/-l58JfKJUbM