Posts

Showing posts from May, 2021

বিভিন্ন ঠাইৰ পৰা PUBLIC MEDIA ৰ সংবাদদাতা সকল

Image
1) 2) 3)  

ভয় নকৰিব। || Public Media ||

 #ভয়__নকৰিব আমেৰিকাত এজন অপৰাধীক ফাঁচীৰ নিৰ্দেশ দিয়া হৈছিল । কিন্তু তাৰ মাজতে কেইজনমান বিজ্ঞানীয়ে চৰকাৰলৈ আহ্বান জনাইছিল যে আমি অপৰাধীজনৰ ওপৰত গবেষণা কৰিব বিচাৰো, চৰকাৰেও অনুমোদন দিলে ।   কেইদিন মান পিছত অপৰাধীজনক লগ কৰি ক'লে "তোমাক ফাঁচী দিয়া নহব, তোমাক সৰ্পক দংশন কৰি মাৰা হ'ব ।" গতানুগতিকভাবে নিৰ্দিষ্ট এটা দিনত অভিযুক্ত জনৰ ওচৰত গ'ল । চকী এখনত বহুৱাই হাত, ভৰি বান্ধি মুখখন ঢাকি দিয়া হ'ল । বিজ্ঞানীয়ে এটা আলপিনেৰে তাৰ ভৰিৰ দুটা আঙুলি ফুটা কৰি দিলে । কিছু সময়ৰ পিছতে অপৰাধীজনৰ মৃত্যু হ'ল । এইটো কেনেকৈ সম্ভৱ ? বৈজ্ঞানিক সকলৰ মতে নিগেটিভ শক্তিয়ে তাৰ শৰীৰত কাম কৰিছিল । সাপে খূটিলে মৰি যাব বুলি ভাবি নিগেটিভ শক্তিয়ে তাৰ হাৰ্ট ফেইল কৰিলে । অপৰাধীজনে ইমান নিগেটিভ চিন্তা কৰিছিল যে পষ্ট মৰ্টেমত তেওঁৰ দেহত বিষৰ উপস্থিতি ধৰা পৰিছিল, তাৰমানে আমাৰ মন ইমান শক্তিশালী যে দেহৰ ভিতৰত যিকোনো পজিটিভ বা নিগেটিভ ক্ৰীয়া কৰিব পাৰে। কাহিনীটো এইবাবে কৈছিলো,  কৰোণাক লৈ মানুহৰ মগজুত নিগেটিভ শক্তিয়ে ক্ৰিয়া কৰি আছে । এজন মানুহ যদি এই প্ৰৱণতাৰ চিকাৰ হয় তেন্তে তেওঁ জীয়াই থকাটো কঠিন । পজিটিভ...

ৰাজ্যৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষকক সলনি

Image
 

শুকুৰবাৰে পালন কৰা হ'ৱ পবিত্ৰ ঈদ-উল-ফিতৰ

Image
 #Breaking_News  শুকুৰবাৰে পালন কৰা হ'ৱ পবিত্ৰ ঈদ-উল-ফিতৰ। কেন্দ্ৰীয় হিলাল কমিটি, অসমৰ এই ঘোষণা। উত্তৰ পূৰ্বাঞ্চলৰ কোনো স্থানৰ পৰা জোন দেখাৰ খবৰ লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত অসমত কাইলৈ ঈদ নহয়। পৰহি অৰ্থাৎ ১৪ মে' শুকুৰবাৰেহে অসমত ঈদ-উল-ফিতৰ উদযাপন কৰা হ'ব। এই ঘোষণা কেন্দ্ৰীয় হিলাল কমিটি অসমৰ সভাপতি আলহাজ মৌলানা ফখৰুদ্দিন আহমদ কাছিমী আৰু সম্পাদক ইমদাদ হুছেইনৰ। কেন্দ্ৰীয় হিলাল কমিটি অসমে ৰাইজলৈ ইদ-উল-ফিতৰৰ শুভেচ্ছা জনাইছে।

ৰাজ্যত প্ৰযোজ্য হ'ব নতুন SOP

Image
 

ৰাজ্যত প্ৰযোজ্য হ'ব নতুন SOP

Image
 #PublicBigBreaking 🛑 বৃহস্পতি বাৰৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব নতুন SOP। 🛑 জাৰী কৰা হৈছে কঠোৰ নীতি নিৰ্দেশনা। 🛑 অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু ডিজিপি ভাস্কৰ জ্যোতি মহন্তই সংবাদ মেল যোগে জাৰী কৰিছে এই নতুন SOP। 🛑 দিনৰ ১বজাতে বন্ধ কৰিব লাগিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান। 🛑 ১৫ দিনৰ বাবে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী- বেচৰকাৰী সকলো অফিচ। 🛑 ১৫ দিনৰ বাবে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী- বেচৰকাৰী সকলো শিক্ষা প্ৰতিষ্ঠান। 🛑 বন্ধ থাকিব স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়। 🛑 জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এই নীতি নিৰ্দেশনা।

অসমত লকডাউন নহয়।

Image
 🛑 অসমত লকডাউন নহয়। 🛑 লকডাউনৰ পৰিৱৰ্তে কঠোৰ হ'ব নিয়ম। 🛑 সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি। 🛑 দিনৰ ২ বজাৰ পৰা বলবৎ হ'ব সান্ধ্য আইন।

#BREAKINমন্ত্ৰীসভাৰ দপ্তৰ বিতৰণৰ তালিকা।

Image
 

All Cabinet Minister

Image
 

চুমিলা ৰংহাংপীৰ মৃত্যুৰ ৰাজহুৱা শুনানিৰ দিন ধার্য

Image
 

ধৰ্ষণৰ নিচিনা এটা জঘন্য ঘটনা

Image
 কিমান আৰু চিঞৰিব "We Want Justice" "We Want Justice" আমি চিঞৰিলে আমাৰ মাত কোনেও নুশুনে। সকলোৱে একেলগে ওলাই আহি হাতে- কামে কৰিব লাগে। সৌ সিদিনাখন #চুমিলা_ৰংহাপি আজি #দ্বিপশিখা যোৱাকালি হয়তো #আপুনি_বা_আপোনাৰ_ছোৱালী। সমাজখন কোনফালে গতি কৰিছে ফুলকুমলীয়া শিশুৱে পখিলা খেদাৰ বয়সত ধৰ্ষণৰ নিচিনা এটা জঘন্য ঘটনাৰ বলি হৈছে। এবাৰ ভাবি চাব।

অনিৰ্দিষ্টকাললৈ পিছুৱালে HSLC, HS আৰু হাই মাদ্ৰাছাৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা।

Image
 #PublicBigBreakingNews 🛑ৰাজ্যৰ ভয়াৱহ ক'ভিড পৰিস্থিতিৰ বাবে অনিৰ্দিষ্টকাললৈ পিছুৱালে HSLC, HS আৰু হাই মাদ্ৰাছাৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা। 🛑SEBA আৰু AHSEC এ পিছুৱালে পৰীক্ষাৰ দিন। 🛑"অসমত বৰ্তমান পৰীক্ষা পাতিব পৰা পৰিৱেশ নাই আৰু লকডাউনৰ কথা এতিয়াও ভবা নাই" : মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

গোলাঘাট জিলাত ২ মে' ত ড্ৰাই দে' ঘোষণা কৰা হৈছে।

Image
 🛑গোলাঘাট জিলাত ২ মে' ত ড্ৰাই দে' ঘোষণা কৰা হৈছে । 🛑যদি ভোটগণনা ৩ মে' দিনৰ ১১বজাৰ পাছতো অব্যাহত থাকে তেনেহ'লে ৩ মে' ৰ দিনটোও ড্ৰাই দে' হিচাপে গণ্য কৰা হ'ব ।